![Nijoraa](https://source.boomplaymusic.com/group10/M00/10/13/d582678d50ad49ecb7384a81af031ba5_464_464.jpg)
Nijoraa Lyrics
- Genre:Acoustic
- Year of Release:2023
Lyrics
নিজৰা হৈ
আহিবানে বৈ?
নিগৰিছা কাষেৰে
যোৱা না বুকুৰ মাজেৰে
আৱৰা মোৰ আকাশ
নামা হৈ বৰষা এজাক
তুমি যি যি নক'লা
গানত বাজে সুৰ হৈ
তুমি সুবাসনা
তমসা ফালি তুমি ৰ'দ
উকা হিয়াৰ উন্মাদনা
তুমি ৰামধেনুৰে ফাকু খেলা
দুগাল চকুলোৰ ঠিকনা
তুমি আহি মচি দিয়া না
নৰ'বা আলেঙে-আলেঙে!